মহানগৰীত নিখোজ বৰপেটাৰ কল্যাণময় গোস্বামী

গুৱাহাটীৰ পৰা সন্ধানহীন বৰপেটাৰ এজনলোক। লোকজনৰ নাম কল্যাণময় গোস্বামী(৪৭)

author-image
Asomiya Pratidin
New Update
মহানগৰীত নিখোজ বৰপেটাৰ কল্যাণময় গোস্বামী

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ পৰা সন্ধানহীন বৰপেটাৰ এজনলোক। লোকজনৰ নাম কল্যাণময় গোস্বামী(৪৭)। যোৱা ১৫ জুলাইৰ সন্ধিয়াৰ পৰাই সন্ধানহীন হোৱা লোকজনৰ কোনো শুংসুত্ৰ নোপোৱাত এতিয়া চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক।

Advertisment

উল্লখ্য গুৱাহাটীৰ বামুণীমৈদাম ৰে'লৱে কলনীৰ পৰা সন্ধানহীন হোৱাৰ কথা ব্যক্ত কৰিছে পৰিয়ালৰ লোকে। লোকজনৰ নিৰুদ্দেশ সন্দৰ্ভত চান্দমাৰী থানাত ইতিমধ্যেই ৰুজু কৰিছে এক গোচৰ। কল্যাণময় গোস্বামীৰ সম্ভেদ পালে ৯৭০৭৬৬৩৯২১ নম্বৰত খবৰ দিবলৈ আহ্বান কৰিছে পৰিয়ালৰলোকে।

Also Read: আজি মণিপুৰলৈ আহিব I.N.D.I.Aৰ ২০ গৰাকী সাংসদ

Assam police