আমিনগাঁৱত মহিলাৰ মৃতদেহ উদ্ধাৰ

আমিনগাঁৱত মহিলাৰ মৃতদেহ উদ্ধাৰ

author-image
Asomiya Pratidin
New Update
বিশ্বনাথৰ অসম-অৰুণাচল সীমান্তত উত্তেজনা...

গুৱাহাটী মহানগৰীত পুনৰ উদ্ধাৰ মহিলাৰ মৃতদেহ...

আমিনগাঁৱত মহিলাৰ মৃতদেহ উদ্ধাৰ।

শনিবাৰে ব্রহ্মপুত্রত গা ধুবলৈ গৈ সন্ধানহীন হৈছিল মহিলাগৰাকী।

মৃত মহিলাগৰাকীৰ নাম ভেবা বড়ো।

আজি SDRFৰ অভিযানত উদ্ধাৰ মৃতদেহটো।

বালিচৰত এস্কেভেটৰেৰে খন্দা দ-গাতত পৰি মৃত্যু হোৱাৰ সন্দেহ।

Also Read: সংবাদ মাধ্যমৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰি সাংবাদিকৰ ৰোষত ৰমাকান্ত দেউৰী

assampolice