
নিশা মহানগৰীত গ্রেপ্তাৰ দুৰ্ধৰ্ষ বাইক চোৰ
হাতীগাঁও আৰু বশিষ্ঠ আৰক্ষীৰ যৌথ অভিযান
আৰক্ষীয়ে আটক কৰে ৩টাকৈ দুৰ্ধৰ্ষ বাইক চোৰ
ধৃত চোৰকেইটা অনুপ টিমুং, বিশ্বজিৎ টিমুং আৰু কনক বড়ো
আৰক্ষীয়ে উদ্ধাৰ কৰে ৪খনকৈ চুৰি স্কুটী
স্কুটীকেইখন গান্ধীবস্তিৰ বৰবাৰীৰ পৰা চুৰি কৰা বুলি তথ্য প্রকাশ
চোৰৰ দলটোৰ বাকী সদস্যক কৰায়ত্তৰ বাবে অভিযান আৰক্ষীৰ।