ভৰলুমুখত ভয়ংকৰ পথ দুৰ্ঘটনা : তীব্ৰবেগী বিলাসী বাহনে মহটিয়ালে আৰক্ষীৰ বাহন

ভৰলুমুখত ভয়ংকৰ পথ দুৰ্ঘটনা : তীব্ৰবেগী বিলাসী বাহনে মহটিয়ালে আৰক্ষীৰ বাহন

author-image
Asomiya Pratidin
New Update
ভৰলুমুখত ভয়ংকৰ পথ দুৰ্ঘটনা : তীব্ৰবেগী বিলাসী বাহনে মহটিয়ালে আৰক্ষীৰ বাহন

ডিজিটেল ডেস্কঃ বুধবাৰে নিশা মহানগৰীৰ ভৰলুমুখত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্রবেগী বিলাসী বাহনে মহটিয়াই নিলে আৰক্ষী বাহনসহ আন কেইবাখনো বাহন। আৰক্ষীয়ে খেদি খেদি ভৰলুমুখৰ ৯নং ৰে’ল গেটৰ পৰা আটক কৰে বাহনখন দুৰ্ঘটনা সংঘটিত কৰি পলায়নৰ চেষ্টা কৰা বাহনখন।

Advertisment

জানিব পৰামতে, বাহনখনৰ চালকজনে অত্যাধিক সুৰাপান কৰি চলাইছিল বাহন। ভৰলুমুখ আৰক্ষীয়ে বাহনখন জব্দ কৰাৰ লগতে সুৰাপায়ী চালকজনক আটক কৰে।

Also Read: কাকপথাৰৰ বিস্ফোৰণৰ পিছতে আটক আলফা (স্বাঃ)ৰ কেডাৰ

road accident