/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
ভোগালীৰ উচাহৰ মাজতেই বশিষ্ঠত সুৰাৰ ৰাগীত সতীৰ্থই আক্ৰমণ কৰিলে সতীৰ্থক...
ভোগালীৰ উচাহৰ মাজতেই বশিষ্ঠত উত্তপ্ত পৰিস্থিতি।
চোকা অস্ত্রৰে আক্রমণ কৰিলে সতীৰ্থক।
পংকজ চক্রৱৰ্তী নামৰ এজনক গুৰুলা গুৰুলকৈ প্রহাৰ।
অৰবিন্দ সিং আৰু কৰণ মাহাটোৰ বিৰুদ্ধে এই আক্রমণৰ অভিযোগ।
মুখ, পেট আৰু মূৰত গুৰুতৰভাৱে আঘাতপ্রাপ্ত হয় পংকজ চক্ৰৱৰ্তী।
সুৰাপানৰ ফলতেই কাজিয়াৰ সৃষ্টি হোৱাৰ অভিযোগ।
ঘটনা সন্দৰ্ভত বশিষ্ঠ আৰক্ষী থানাত এজাহাৰ দাখিল ভুক্তভোগীৰ।
Also Read: ভোগালীৰ প্ৰাকক্ষণত লিডুৰ অবৈধ কয়লা ডিপোত অঘটন : বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ কৰুণ মৃত্যু