/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/big-news-face.jpg)
কামাখ্যা ৰে’ল জংচনৰ পৰা আটক বাংলাদেশী নাগৰিক...
ৰাজ্যত পুনৰ আটক হৈছে বাংলাদেশী নাগৰিক।
কামাখ্যা ৰে’ল জংচনৰ পৰা আটক কৰা হৈছে বাংলাদেশী নাগৰিকক।
আটকাধীন বাংলাদেশী নাগৰিকজনৰ বিৰুদ্ধে ভুৱা নথি-পত্ৰৰে ভাৰতত প্ৰৱেশৰ অভিযোগ।
ব্রহ্মপুত্র মেইলত অভিযান চলাই আটক কৰে GRP-RPFএ।
ধৃত লোকজনৰ নাম কাচিম আহমেদ
Also Read: ৰাজেন গোহাঁয়ে পোৱা নাই অমিত শ্বাহৰ সাক্ষাৎঃ অসমত ভৱনত এতিয়াও অপেক্ষাত...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us