/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/dangor-khobr-7.jpg)
নিশা মহানগৰীৰ এ টি এমত চোৰঃ স্থানীয় লোকে খেদি খেদি কৰিলে কৰায়ত্ত...
নিশা মহানগৰীত আটক এ টি এম চোৰ।
স্থানীয় লোকে কৰায়ত্ত কৰিলে এই এ টি এম চোৰটোক।
মহানগৰীৰ ভেটাপাৰাত সংঘটিত হৈছে এই ঘটনা।
স্থানীয় লোকে চোৰটোক কৰায়ত্ত কৰি গতাই দিয়ে বশিষ্ঠ আৰক্ষীক।
ভেটাপাৰাৰ INDUSIND BANK ৰ এ টি এমৰ বেটাৰী আৰু অন্যান্য সামগ্ৰী চোৰ কৰিছিল এই চোৰটোৱে।
নিশা এজন লোকে প্ৰত্যক্ষ কৰিছিল চোৰটোক।
ইয়াৰ পাছতে আন এজন লোকৰ সহায়ত খেদি খেদি কৰায়ত্ত কৰে চোৰটোক।