নিশা মহানগৰীৰ এ টি এমত চোৰঃ স্থানীয় লোকে খেদি খেদি কৰিলে কৰায়ত্ত...

নিশা মহানগৰীৰ এ টি এমত চোৰঃ স্থানীয় লোকে খেদি খেদি কৰিলে কৰায়ত্ত...
নিশা মহানগৰীৰ এ টি এমত চোৰঃ স্থানীয় লোকে খেদি খেদি কৰিলে কৰায়ত্ত...
  • নিশা মহানগৰীত আটক এ টি এম চোৰ।

  • স্থানীয় লোকে কৰায়ত্ত কৰিলে এই এ টি এম চোৰটোক।

  • মহানগৰীৰ ভেটাপাৰাত সংঘটিত হৈছে এই ঘটনা।

  • স্থানীয় লোকে চোৰটোক কৰায়ত্ত কৰি গতাই দিয়ে বশিষ্ঠ আৰক্ষীক।

  • ভেটাপাৰাৰ INDUSIND BANK ৰ এ টি এমৰ বেটাৰী আৰু অন্যান্য সামগ্ৰী চোৰ কৰিছিল এই চোৰটোৱে।

  • নিশা এজন লোকে প্ৰত্যক্ষ কৰিছিল চোৰটোক।

  • ইয়াৰ পাছতে আন এজন লোকৰ সহায়ত খেদি খেদি কৰায়ত্ত কৰে চোৰটোক।

নিশা মহানগৰীৰ এ টি এমত চোৰঃ স্থানীয় লোকে খেদি খেদি কৰিলে কৰায়ত্ত...
শিলচৰত উদ্ধাৰ গুৱাহাটীৰ যুৱকৰ মৃতদেহ উদ্ধাৰ...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in