গুৱাহাটী ৰে’ল ষ্টেচনত বৃহৎ পৰিমাণৰ সোণ জব্দ

গুৱাহাটী ৰে’ল ষ্টেচনত বৃহৎ পৰিমাণৰ সোণ জব্দ
  • গুৱাহাটী ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ সোণ

  • আৰক্ষীয়ে জব্দ কৰা সোণখিনিৰ পৰিমাণ ১কেজি ৩ গ্রাম

  • আৰক্ষীয়ে হাফিজুৰ য়াছিন আৰু আছলাম শ্বেখ নামৰ দুজনক গ্রেপ্তাৰ কৰে

  • জব্দ কৰা সোণখিনিৰ মূল্য প্রায় ৬০ লাখ টকা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in