New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
জালুকবাৰী আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ
আৰক্ষীয়ে খেদি খেদি কৰায়ত্ত কৰে চোৰটোক
ধৃত চোৰটো হাজোৰ আধিয়াৰপাৰৰ মুকুট আলী
চুৰি বাইক বিক্রীৰ বাবে গুৱাহাটীলৈ অহাৰ সময়তে আটক
চোৰটোৰ পৰা জব্দ এখন নম্বৰপ্লেটবিহীন হিৰ’ গ্লেমাৰ বাইক
ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।
Also Read: শান্তি-সমন্বয়ৰ বাৰ্তাৰে অসম জাতীয় পৰিষদৰ 'এক অসম যাত্ৰা'