/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/5eaba4fd-0fe9-48c5-bc15-a7e5c355c448/JORABAT_20.jpg)
যোৰাবাট আৰক্ষী চকীৰ ASI মতেলব আলীক ৰিজাৰ্ভ ক্ল'জ...
মহানগৰ আৰক্ষী আয়ুক্ত কাৰ্যালয়ৰ জৰুৰী নিৰ্দেশনা।
যোৰাবাট আৰক্ষীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা।
যোৰাবাট আৰক্ষী চকীৰ এ এছ আই মতলেব আলীক ৰিজাৰ্ভ ক্ল'জ।
মহানগৰ আৰক্ষীৰ বিভাগীয় তদন্তৰ আওতাত বিষয়াগৰাকী।
গৰু সৰবৰাহ চক্ৰৰ সৈতে জড়িত থকাৰ অভিযোগ মতলেব আলীৰ বিৰুদ্ধে।
ইয়াৰোপৰি আছে কৰ্তব্যত গাফিলতিৰো অভিযোগ।
Also Read: মণিপুৰত নৈত গা ধুবলৈ গৈ ৪ শিশুৰ কৰুণ মৃত্যুঃ সংঘৰ্ষৰ বাবে দীৰ্ঘদিনে আছিল শিবিৰত...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us