/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/40e73873-9508-4997-9341-c20181d9507f/AP_FOR_WEB_new_format_Y_copy.jpg)
ডিজিটেল ডেস্কঃ প্ৰতিকূল বতৰৰ মাজতে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্রই জাৰি কৰিছে ৰেড এলাৰ্ট। বতৰ বিজ্ঞান কেন্দ্রটোৱে জাৰি কৰা আগজাননী অনুসৰি অসমকে ধৰি গুৱাহাটী মহানগৰীত অহা ২৪ ঘণ্টাত হ'ব পাৰে মুষলধাৰ বৰষুণ।
সেয়েহে অহা ২৪ ঘণ্টাৰ বাবে ৰেড এলাৰ্ট জাৰি কৰি সতৰ্ক হ'বলৈ আহ্বান জনাইছে কেন্দ্ৰটোৱে। বিশেষকৈ মহানগৰীত বাবে ৰেড এলাৰ্ট জাৰি কেন্দ্ৰটোৰ। মহানগৰীত শনিবাৰৰ দিনটোত সৰ্ব্বোচ্চ তাপমাত্ৰ ২৯ ডিগ্ৰী চেলছিয়াছে পৰ্যন্ত হ'ব বুলি জনাইছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই।
Also Read: এছিয়ান গেমছত পুৱাই দেশলৈ আহিল স্বৰ্ণ পদক