২০১৪ APSC নিযুক্তি কেলেংকাৰীৰ তদন্ত সম্পূৰ্ণ...

২০১৪ APSC নিযুক্তি কেলেংকাৰীৰ তদন্ত সম্পূৰ্ণ...
২০১৪ APSC নিযুক্তি কেলেংকাৰীৰ তদন্ত সম্পূৰ্ণ...
  • ২০১৪ বৰ্ষৰ অসম লোক সেৱা আয়োগৰ নিযুক্তি কেলেংকাৰীৰ ন্যায়িক তদন্ত সম্পূৰ্ণ।

  • প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগে সম্পূৰ্ণ কৰিলে তদন্ত প্ৰক্ৰিয়া।

  • তদন্ত সম্পূৰ্ণ কৰি আয়োগৰ ৰাজ্যৰ গৃহ বিভাগলৈ পত্ৰ।

  • অৱশ্যে গৃহ বিভাগে কেতিয়া তদন্তৰ প্ৰতিবেদন গ্ৰহণ কৰিব সেই বিষয়ে কোনো সময় নিৰ্দিষ্ট কৰা নাই।

  • আয়োগৰ পত্ৰৰো কোনো উত্তৰ দিয়া নাই গৃহ বিভাগে।

২০১৪ APSC নিযুক্তি কেলেংকাৰীৰ তদন্ত সম্পূৰ্ণ...
নিউ গুৱাহাটী আঞ্চলিক সাৰ্বজনীন পূজাৰ সপ্তমী পূজা সম্পন্নঃ মুখ্যমন্ত্ৰীৰ প্ৰতিনিধিয়ে প্ৰদান কৰিলে চেক...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in