/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/b28f2ec4-ce52-4f1c-8164-4b3d5dd139f7/srinivash_26.jpg)
অংকিতা দত্তৰ গোচৰৰ বিৰুদ্ধে গুৱাহাটী হাই ক'ৰ্টৰ কাষ চাপিছে শ্ৰীনিৱাস...
-
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে যুৱ কংগ্ৰেছৰ সভাপতি বি ভি শ্ৰী নিবাস।
-
অংকিতা দত্তই দিয়া গোচৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে কংগ্ৰেছ নেতাগৰাকী।
-
অংকিতা দত্তই দিয়া গোচৰটো খাৰিজ কৰিবলৈ উচ্চ ন্যায়ালয়ত আবেদন শ্ৰীনিবাসৰ ।
-
আজি উচ্চ ন্যায়ালয়ত আছে এই গোচৰটোৰ শুনানি।
-
শ্ৰী নিৱাসৰ হৈ ন্যায়াধীশ অজিত বৰঠাকুৰৰ আদালতত এই আবেদন জনায় অধিবক্তা কে এন চৌধুৰীয়ে ।
-
আদালতত চৰকাৰৰ হৈ যুক্তি প্ৰদৰ্শন কৰিব অধিবক্তা মাখন ফুকনে ।
Also Read: যুদ্ধ বিধ্বস্ত চুদানৰ পৰা ৫৬১ ভাৰতীয়ক উদ্ধাৰঃ এতিয়াও আৱদ্ধ প্ৰায় ৩ হাজাৰ ৫০০ জন...