অংকিতা দত্তৰ গোচৰৰ বিৰুদ্ধে গুৱাহাটী হাই ক'ৰ্টৰ কাষ চাপিছে শ্ৰীনিৱাস...

অংকিতা দত্তৰ গোচৰৰ বিৰুদ্ধে গুৱাহাটী হাই ক'ৰ্টৰ কাষ চাপিছে শ্ৰীনিৱাস...
অংকিতা দত্তৰ গোচৰৰ বিৰুদ্ধে গুৱাহাটী হাই ক'ৰ্টৰ কাষ চাপিছে শ্ৰীনিৱাস...
  • গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে যুৱ কংগ্ৰেছৰ সভাপতি বি ভি শ্ৰী নিবাস।

  • অংকিতা দত্তই দিয়া গোচৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে কংগ্ৰেছ নেতাগৰাকী।

  • অংকিতা দত্তই দিয়া গোচৰটো খাৰিজ কৰিবলৈ উচ্চ ন্যায়ালয়ত আবেদন শ্ৰীনিবাসৰ ।

  • আজি উচ্চ ন্যায়ালয়ত আছে এই গোচৰটোৰ শুনানি।

  • শ্ৰী নিৱাসৰ হৈ ন্যায়াধীশ অজিত বৰঠাকুৰৰ আদালতত এই আবেদন জনায় অধিবক্তা কে এন চৌধুৰীয়ে ।

  • আদালতত চৰকাৰৰ হৈ যুক্তি প্ৰদৰ্শন কৰিব অধিবক্তা মাখন ফুকনে ।

অংকিতা দত্তৰ গোচৰৰ বিৰুদ্ধে গুৱাহাটী হাই ক'ৰ্টৰ কাষ চাপিছে শ্ৰীনিৱাস...
যুদ্ধ বিধ্বস্ত চুদানৰ পৰা ৫৬১ ভাৰতীয়ক উদ্ধাৰঃ এতিয়াও আৱদ্ধ প্ৰায় ৩ হাজাৰ ৫০০ জন...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in