/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/e212a75d-e7d5-494d-8b8e-8145bb1f40e0/111.jpg)
নিশা মহানগৰীৰ জালুকবাৰীত পথ দুৰ্ঘটনা
নিয়ন্ত্রণ হেৰুৱাই ৰাষ্ট্রীয় ঘাইপথৰ ডিভাইদাৰত খুন্দা ট্রাকৰ
আমিনগাঁৱৰ পৰা জালুকবাৰী অভিমুখী আছিল বাহনখন
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ট্রাকখনৰ চালক-হেণ্ডিমেন
কেইবাঘণ্টা ধৰি ট্রাকৰ ভিতৰতে আৱদ্ধ আছিল দুয়োজন
জালুকবাৰী যান-বাহন আৰক্ষী, ৰাইজে উদ্ধাৰ কৰে দুয়োজনকে
সংকটজনক অৱস্থাত দুয়োজনকে চিকিৎসালয়লৈ প্রেৰণ
Also Read: ভয়াৱহ বিপদৰ দিশে ধাৱমান নেকি পৃথিৱী ?
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us