New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/dangor-khobr-24.jpg)
ডিফুত নদীত গা ধুবলৈ গৈ সন্ধানহীন এজন...
কাৰ্বি আংলঙৰ ডিফুত অঘটন।
ডিফুৰ মানজাৰ শিলনীৰ লংনিট নদীত যুৱক সন্ধানহীন।
নদীখনত গা ধুবলৈ গৈ সন্ধানহীন হ'ল যুৱকজন।
সন্ধানহীন যুৱকজনৰ নাম অবিনাশ ৰয়।
এখন ব্যৱসায়ীক প্ৰতিষ্ঠানত মেনেজাৰ হিচাপে কৰ্মৰত আছিল অবিনাশ।
Also Read: আৰক্ষীয়ে মহিলাক চোচৰাই নিয়া ভিডিঅ' সন্দৰ্ভত স্পষ্টীকৰণ জি পি সিঙৰ