/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/55a4dcef-ee33-4e8f-a8c0-e11c06e7f24e/89.jpg)
ডিজিটেল ডেস্ক : বিশিষ্ট সম্পাদক-সাংবাদিক ৰাধিকামোহন ভাগৱতীৰ ওপজাদিন। প্ৰয়াত সাংবাদিকগৰাকীৰ জন্মদিন ১৯ জানুৱাৰীৰ লগত সংগতি ৰাখি তেখেতক শ্ৰদ্ধা জনাবলৈ আয়োজন কৰা হৈছে 'ৰাধিকামোহন ভাগৱতী স্মাৰক বক্তৃতানুষ্ঠান'। গুৱাহাটী প্ৰেছ ক্লাৱত ১৯ জানুৱাৰীৰ বিয়লি ৩-০০ বজাত এই বক্তৃতানুষ্ঠান আয়োজন কৰা হ'ব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/a660fa8c-76dc-4257-901d-8ca27e91d9ff/d8969893_df11_4e17_b748_1ed7afbeffe4.jpg)
ৰাধিকামোহন ভাগৱতী আৰু ৰীতা দেৱী ভাগৱতী স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত আয়োজন কৰা হৈছে উক্ত অনুষ্ঠানৰ। অনুষ্ঠানত 'ৰামধেনু আৰু অসমীয়া সাহিত্য' শীৰ্ষক বক্তৃতা প্ৰদান কৰিব বিশিষ্ট লেখক তথা অধ্যাপক ড০ আনন্দ বৰমুদৈয়ে।
Also Read: অসম লোকসেৱা আয়োগৰ পৰীক্ষাত বিলাসীপাৰাৰ জ্যোতিৰূপা নাথৰ সাফল্য