ভাল খবৰ, পুনৰ ৰাজ্যত নিযুক্তি লাভ কৰিব ৪২ হাজাৰ নিবনুৱা যুৱক-যুৱতীয়ে...

পুনৰ এক ভাল খবৰ নিৱনুৱা যুৱক-যুৱতীলৈ । নিযুক্তি লাভ কৰিব হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে । ইতিমধ্যইে ৪২ হাজাৰ পদৰ নিযুক্তিৰ বাচনি প্ৰক্ৰিয়া সম্পন্ন হৈছে ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত বৈঠক
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত বৈঠক

ডিজিটেল ডেস্কঃ পুনৰ এক ভাল খবৰ নিৱনুৱা যুৱক-যুৱতীলৈ । নিযুক্তি লাভ কৰিব হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে । ইতিমধ্যইে ৪২ হাজাৰ পদৰ নিযুক্তিৰ বাচনি প্ৰক্ৰিয়া সম্পন্ন হৈছে ।

আয়োগে অতি শীঘ্ৰেই ফলাফলসমূহ ঘোষণা কৰিব । ইয়াৰ পিছতেই পুনৰ ৰাজ্যত কৰ্মসংস্থাপন লাভ কৰিব ৰাজ্যৰ হাজাৰ হাজৰ যুৱক-যুৱতীয়ে ।পাঁচটা বিভাগকে ধৰি ছেবাৰ অধীনৰ নিযুক্তিৰ বাচনি প্ৰক্ৰিয়া সমাপ্ত হৈছে ।

শেহতীয়াকৈ সামাজিক মাধ্যমযোগে এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত জনতা ভৱনত অনুষ্ঠিত হয় এখন বৈঠকৰ । এই বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে উল্লেখ কৰিছে এই কথা । এই বৈঠকত ভাগ লয় শিক্ষামন্ত্ৰী ৰণোজ পেগু, কেশৱ মহন্ত ধৰি অন্যান্য বিষয়ববীয়াই ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত বৈঠক
বিশ্বকাপ জয়ৰ শততম দিনতে ১০০ গ'লৰ অধিকাৰী হ'ল মেছি

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in