
গুৱাহাটী মহানগৰীৰ বিৰুবাৰীত জঘন্য কাণ্ড।
এগৰাকী ১৩ বছৰীয়া কিশোৰীক ধৰ্ষণৰ ঘটনা।
দিগন্ত দাস (৪৯) নামৰ এজনৰ কামনাৰ বলি নাবালিকা।
বিৰুবাৰীৰ নিজৰাপাৰত ঘটিল এই লাজলগা ঘটনা।
ঘৰত কোনো নথকা সুযোগত পাষণ্ড দিগন্তৰ এই কাণ্ড।
ভুক্তভোগী পৰিয়াটোৱে ন্যায় বিচাৰি কাষ চাপিছে আৰক্ষীৰ।
সম্প্ৰতি পলতাক এই কাণ্ডৰ অভিযুক্ত দিগন্ত দাস।
ভাড়াঘৰৰ মালিক দিগন্ত দাস।
আৰক্ষীক গোচৰ দিয়া পিছত ভূক্তভোগীক ঘৰ খালী কৰাৰ দাবী ধমকী।
মানসিক অত্যাচাৰ কৰাৰ অভিযোগ।
ইতিমধ্যে অভিযুক্তক বিচাৰি আৰক্ষীয়ে গঠন কৰিছে দল।
অভিযুক্তক বিচাৰি অভিযান আৰম্ভ।