মহানগৰীত ১২ কোটি টকাৰ গাঞ্জা জব্দ

ৰাজ্যত ধাৰাবাহিক ভাৱে জব্দ হৈ আছে গাঞ্জা আৰু ড্ৰাগছ। পুনৰ মহানগৰীত জব্দ হৈছে বুজন পৰিমাণৰ গাঞ্জা। মহানগৰীৰ নালাপাৰাত স্পেচিয়েল ট্ৰাস্ক ফৰ্চৰ অভিযানত জব্দ হৈছে ১২ কোটি টকাৰ মূল্যৰ গাঞ্জা।

author-image
Asomiya Pratidin
New Update
মহানগৰীত ১২ কোটি টকাৰ গাঞ্জা জব্দ

ডিজিটেল ডেস্কঃ ৰাজ্যত ধাৰাবাহিক ভাৱে জব্দ হৈ আছে গাঞ্জা আৰু ড্ৰাগছ। পুনৰ মহানগৰীত জব্দ হৈছে বুজন পৰিমাণৰ গাঞ্জা। মহানগৰীৰ নালাপাৰাত স্পেচিয়েল ট্ৰাস্ক ফৰ্চৰ অভিযানত জব্দ হৈছে ১২ কোটি টকাৰ মূল্যৰ গাঞ্জা।

Advertisment

বিহাৰ অভিমুখী এখন ৰাবাৰভৰ্তি ট্রাকৰ পৰা জব্দ হ'ল বস্তাই বস্তাই গাঞ্জা।অতি কৌশলেৰে ৰবৰৰ মাজত লৈ আহিছিল কেইবাটাও গাঞ্জা ভৰ্তি বস্তা। আগৰতলাৰ পৰা বিহাৰলৈ লৈ যোৱাৰ সময়ত STF য়ে জব্দ কৰে গাঞ্জাভৰ্তি ট্ৰাক খন। AS 01 JC 7744 নম্বৰ ট্ৰাক খনৰ পৰা উদ্ধাৰ কৰে গাঞ্জাখিনি।

Also Read: এছএছবিৰ উদ্যোগত মৌ মাখি পালন প্ৰশিক্ষণ

special task force guwahati