
ডিজিটেল ডেস্ক : পৰম বীৰ চক্ৰ হৈছে ভাৰতৰ সৰ্বোচ্চ সামৰিক সন্মান।যুদ্ধৰ সময়ত বীৰত্ব প্ৰদৰ্শন কৰাৰ বাবে যোগ্যজনক পৰম বীৰ চক্ৰৰে সন্মানিত কৰা হয়। পৰম বীৰ চক্ৰক "চূড়ান্ত সাহসীৰ চকা" বুলিও কোৱা হয়। পৰম বীৰ চক্ৰ মেজৰ সোমনাথ শৰ্মাক ১৯৪৭ চনৰ ৩ নৱেম্বৰত পোন প্ৰথম বাৰৰ বাবে প্ৰদান কৰা হৈছিল।
১৯৪৭ চনৰ পৰা বৰ্তমানলৈ পৰম বীৰ চক্ৰ বিজয়ীসকলৰ তালিকা তলত উল্লেখ কৰা হৈছে-
নাম ৰেংক ইউনিট
সোমনাথ শৰ্মা মেজৰ কুমাওঁ ৰেজিমেণ্ট
যদুনাথ সিং নায়ক ৰাজপুত ৰেজিমেণ্ট
ৰামা ৰাঘোবা ৰাণে ছেকেণ্ড লেফটেনেণ্ট বোম্বাই চেপাৰছ
পিৰু সিং কোম্পানী হাবিলদাৰ মেজৰ ৰাজপুতানা ৰাইফলছ
কৰম সিং লেন্স নায়ক শিখ ৰেজিমেণ্ট
গুৰবচন সিং ছালাৰিয়া কেপ্টেইন ১ গোৰ্খা ৰাইফলছ(ডি)
ধন সিং থাপা মেজৰ ৪ গোৰ্খা ৰাইফলচ
যোগিন্দৰ সিং ছুবেদাৰ শিখ ৰেজিমেণ্ট
ছেইতান সিং মেজৰ কুমাওঁ ৰেজিমেণ্ট
আব্দুল হামিদ কোম্পানী কোৱাৰ্টাৰ মাষ্টাৰ হাবিলদাৰ দ্য গ্ৰেনেডিয়াৰ্ছ
আৰ্দেশিৰ তাৰাপুৰে লেফটেনেণ্ট কৰ্ণেল পুনা হৰ্ছ
এলবাৰ্ট এক্কা লেন্স নায়ক ব্ৰিগেড অফ দা গাৰ্ডচ
নিৰ্মল জিত সিং চেখোন ফ্লাইং অফিচাৰ নং ১৮ স্কোয়াড্ৰন আইএএফ
অৰুণ খেতাৰপাল ছেকেণ্ড লেফটেনেণ্ট পুনা ঘোঁৰা
হোচিয়াৰ সিং দাহিয়া মেজৰ গ্ৰেনেডিয়াৰ্ছ
বানা সিং নাইব চুবেদাৰ জম্মু আৰু কাশ্মীৰ লাইট ইনফেণ্ট্ৰী
ৰামস্বামী পৰমেশ্বৰন মেজৰ মহাৰ ৰেজিমেন্ট(ই)
মনোজ কুমাৰ পাণ্ডে লেফটেনেণ্ট ১১ গোৰ্খা ৰাইফলছ
যোগেন্দ্ৰ সিং যাদৱ গ্ৰেনেডিয়াৰ দ্য গ্ৰেনেডিয়াৰচ
সঞ্জয় কুমাৰ ৰাইফলমেন জম্মু আৰু কাশ্মীৰ ৰাইফলছ
বিক্ৰম বাত্ৰা কেপ্টেইন জম্মু আৰু কাশ্মীৰ ৰাইফলছ