List of Assamese Writers with Pen Names - ছদ্মনামৰ আঁৰৰ অসমীয়া লেখক

বহু অসমীয়া মহামানৱৰ অতুলনীয় ৰচনাৰাজীৰ কৃপাত যথেষ্ট চহকী অসমীয়া সাহিত্যৰ ভৰাঁল।প্ৰতিজন অসমীয়াই আজি নিজৰ চহকী সাহিত্যক লৈ গৌৰৱাম্বিত। অসমীয়া লিখিত সাহিত্যৰ প্ৰথম নিৰ্দেশন চৰ্যাপদবোৰত পোৱা যায়।

author-image
asomiyapratidin
New Update
List of Assamese Writers with Pen Names - ছদ্মনামৰ আঁৰৰ অসমীয়া লেখক

বহু অসমীয়া মহামানৱৰ অতুলনীয় ৰচনাৰাজীৰ কৃপাত যথেষ্ট চহকী অসমীয়া সাহিত্যৰ ভৰাঁল।প্ৰতিজন অসমীয়াই আজি নিজৰ চহকী সাহিত্যক লৈ গৌৰৱাম্বিত। অসমীয়া লিখিত সাহিত্যৰ প্ৰথম নিৰ্দেশন চৰ্যাপদবোৰত পোৱা যায়। চৌধ্যশ শতিকাত ৰচিত হেম সৰস্বতীৰ 'প্ৰহ্লাদ চৰিত' পুথিৰ জৰিয়তে অসমীয়া সাহিত্যৰ পূৰ্ণাংগ ৰূপত লিখিত সাহিত্যৰ আদৰ্শ স্থাপন হৈছিল।আনহাতে, চৌধ্যশ শতিকাতে মাধৱ কন্দলীয়ে বাল্মিকীৰ ‘ৰামায়ণ’ অসমীয়ালৈ অনুবাদ কৰাৰ লগতে ৰুদ্ৰ কন্দলিয়ে ‘মহাভাৰত’ৰ 'দ্ৰোণ পৰ্ব' অনুবাদ কৰে। পোন্ধৰশ শতিকাত সৃষ্টি হয় দুৰ্গাবৰৰ 'গীতি ৰামায়ণ'।এই শ্ৰেণীৰ সাহিত্যক পাঁচালী সাহিত্য বোলে।

আধুনিক অসমীয়া সাহিত্যৰ আৰম্ভণি খ্ৰীষ্টান মিছনেৰী নাথান ব্ৰাউন , মাইলছ ব্ৰনছন আদিৰ প্ৰচেষ্টাত ১৮৪৬চনত  প্ৰকাশিত অসমীয়া ভাষাৰ প্ৰথম আলোচনী অৰুণোদয়ৰ সময়ৰ পৰাই আৰম্ভ হৈছিল।

দ্বিতীয় বিশ্বযুদ্ধৰ পাছত অসমীয়া সাহিত্যলৈ ভাৱ, ভাষা, আংগিক সকলো ফালে নানা পৰিৱৰ্তনে দেখা দিলে। এই সময়ত ৰচিত কবিতা, চুটিগল্প, নাটক, উপন্যাস আদি সকলোতে নতুনত্বই দেখা দিলে।ছৈয়দ আব্দুল মালিক, যোগেশ দাস, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য,ভবেন্দ্ৰনাথ শইকীয়া, মহিম বৰা, হিতেশ ডেকা, হোমেন বৰগোহাঞি, নিৰুপমা বৰগোহাঞি,মামনি ৰয়ছম গোস্বামী আদিৰ গল্প আৰু উপন্যাসে আধুনিক সাহিত্যৰ ভৰাঁল চহকী কৰে। কবিতাৰ ক্ষেত্ৰত  হীৰেণ ভট্টাচাৰ্য্য, অজিত বৰুৱা, হৰেকৃষ্ণ ডেকা,নীলমণি ফুকন(কণিষ্ঠ), নিৰ্মলপ্ৰভা বৰদলৈ, নলিনীধৰ ভট্টাচাৰ্য্য, ধীৰেন্দ্ৰনাথ দত্ত, ৰাম গগৈ আদিৰ উল্লেখ্যযোগ্য। ইয়াৰ লগে লগে ন-ন প্ৰতিভাৱান সাহিত্যিকৰ সৃষ্টিয়ে বৰ্তমান অসমীয়া সাহিত্যক চহকী কৰি তুলিছে।

বহু সাহিত্যিকে নিজৰ সৃষ্টিক ছদ্মনামৰেও প্ৰকাশ কৰিছিল।আজি জানো আহক ছদ্মনামৰ আঁৰত থকা প্ৰকৃত সাহিত্যকসকলৰ নাম- 

ছদ্মনাম প্ৰকৃত নাম
"অজগৰস্বামী অভগানন্দ"ছৈয়দ আব্দুল মালিক
নীলা বাইদেউনিৰ্মল প্ৰভা বৰদলৈ
নিৰঞ্জন ফুকনড০ হীৰেন গোঁহাই
এ নেটিভআনন্দৰাম ঢেকিয়াল ফুকন
"বীনা বৰুৱাৰাস্না বৰুৱা"ড০ বিৰিঞ্চি কুমাৰ বৰুৱা
বাপচন্দ্ৰ ভাগৱতীশৰ চন্দ্ৰ গোস্বামী
ভোলাই শৰ্মাৰজনীকান্ত বৰদলৈ
ভৱানন্দ পাঠকড০ বাণীকান্ত কাকতি
বিহগুটি বৰাবেণুধৰ শৰ্মা
ধনবৰ কাইমহিম বৰা
সৌৰভ কুমাৰ চলিহাসুৰেন্দ্ৰ নাথ মেধি
ৰঞ্জু হাজৰিকাকুমুদ চন্দ্ৰ হাজৰিকা
গুৰু দত্তগুণাভিৰাম বৰুৱা
ৰংমনৰবীন দে
পশুপতি ভৰদ্বাজউমাকান্ত শৰ্মা
চাৰু দত্তদীনেশ চন্দ্ৰ গোস্বামী
মামনি ৰয়ছম গোস্বামীড০ ইন্দিৰা গোস্বামী
নিৰ্মলা দেৱীতীৰ্থনাথ শৰ্মা
"সত্যপ্ৰিয় পাঠকসঞ্জয় প্ৰিয়বন্ধু"ড০ ভৱেন্দ্ৰ নাথ শইকীয়া
সৌৰভ কুমাৰ চলিহাসুৰেন্দ্ৰ নাথ মেধি
শান্তনু তামুলীপ্ৰমোদ চন্দ্ৰ তামুলী
সীমা দত্তনৱকান্ত বৰুৱা
দদাইকীৰ্তিনাথ হাজৰিকা
অস্তবক্ৰকমলাকান্ত ভট্টাচাৰ্য্য
বিষ্ণুপ্ৰিয়া ৰাভা ঠাকুৰীয়াবিষ্ণুপ্ৰসাদ ৰাভা
শ্ৰী হৰ্ষআনন্দ চন্দ্ৰ আগৰৱালা
কাঞ্চন বৰুৱাভূৱনমোহন বৰুৱা
ৰত্না তামুলীপ্ৰণৱ তামুলী
এণ্ডি খুৰাড০ নগেন দত্ত
শীলভদ্ৰৰেৱতী মোহন দত্ত চৌধুৰী
সোণাৰাম চান্দ্ৰহেমচন্দ্ৰ বৰুৱা
সদানন্দলম্বোদৰ বৰা
ৰূপচন্দ্ৰ ভাগৱতীশৰৎ চন্দ্ৰ গোস্বামী
ৰাম দাস গোস্বামীৰত্নেশ্বৰ মহন্ত
মনাই বৈৰাগীমহেন্দ্ৰ নাথ ডেকা ফুকন
ৰাজেশ্বৰ হাজৰিকাপবিত্ৰ কুমাৰ ডেকা
হয়বৰ অভয়পুৰীয়াপাৰ্বতী প্ৰসাদ বৰুৱা
ভোলাই শৰ্মাৰজনীকান্ত বৰদলৈ
এজন অসমীয়াসত্যনাথ বৰা

ছদ্মনাম  প্ৰকৃত নাম

অজগৰ,স্বামী অভগানন্দ- ছৈয়দ আব্দুল মালিক

নীলা বাইদেউ- নিৰ্মল প্ৰভা বৰদলৈ

নিৰঞ্জন ফুকন  -ড০ হীৰেন গোঁহাই 

এ নেটিভ -আনন্দৰাম ঢেকিয়াল ফুকন

বীনা বৰুৱা,ৰাস্না বৰুৱা- ড০ বিৰিঞ্চি কুমাৰ বৰুৱা

বাপচন্দ্ৰ ভাগৱতী -শৰ চন্দ্ৰ গোস্বামী

ভোলাই শৰ্মা -ৰজনীকান্ত বৰদলৈ

ভৱানন্দ পাঠক- ড০ বাণীকান্ত কাকতি

বিহগুটি বৰা -বেণুধৰ শৰ্মা

ধনবৰ কাই -মহিম বৰা

সৌৰভ কুমাৰ চলিহা-সুৰেন্দ্ৰ নাথ মেধি

ৰঞ্জু হাজৰিকা-কুমুদ চন্দ্ৰ হাজৰিকা

গুৰু দত্ত-গুণাভিৰাম বৰুৱা

ৰংমন -ৰবীন দে

পশুপতি ভৰদ্বাজ -উমাকান্ত শৰ্মা

চাৰু দত্ত-দীনেশ চন্দ্ৰ গোস্বামী

মামনি ৰয়ছম গোস্বামী- ড০ ইন্দিৰা গোস্বামী

নিৰ্মলা দেৱী- তীৰ্থনাথ শৰ্মা

সত্যপ্ৰিয় পাঠক,সঞ্জয়, প্ৰিয়বন্ধু-  ড০ ভৱেন্দ্ৰ নাথ শইকীয়া

সৌৰভ কুমাৰ চলিহা -সুৰেন্দ্ৰ নাথ মেধি

শান্তনু তামুলী- প্ৰমোদ চন্দ্ৰ তামুলী

সীমা দত্ত -নৱকান্ত বৰুৱা

দদাই- কীৰ্তিনাথ হাজৰিকা

অস্তবক্ৰ- কমলাকান্ত ভট্টাচাৰ্য্য

বিষ্ণুপ্ৰিয়া ৰাভা ঠাকুৰীয়া-বিষ্ণুপ্ৰসাদ ৰাভা

শ্ৰী হৰ্ষ- আনন্দ চন্দ্ৰ আগৰৱালা 

কাঞ্চন বৰুৱা -ভূৱনমোহন বৰুৱা 

ৰত্না তামুলী- প্ৰণৱ তামুলী

এণ্ডি খুৰা -ড০ নগেন দত্ত

শীলভদ্ৰ- ৰেৱতী মোহন দত্ত চৌধুৰী 

সোণাৰাম চান্দ্ৰ -হেমচন্দ্ৰ বৰুৱা

সদানন্দ- লম্বোদৰ বৰা

ৰূপচন্দ্ৰ ভাগৱতী- শৰৎ চন্দ্ৰ গোস্বামী

ৰাম দাস গোস্বামী -ৰত্নেশ্বৰ মহন্ত

মনাই বৈৰাগী -মহেন্দ্ৰ নাথ ডেকা ফুকন

ৰাজেশ্বৰ হাজৰিকা-পবিত্ৰ কুমাৰ ডেকা

হয়বৰ অভয়পুৰীয়া-পাৰ্বতী প্ৰসাদ বৰুৱা

ভোলাই শৰ্মা- ৰজনীকান্ত বৰদলৈ

এজন অসমীয়া-সত্যনাথ বৰা

Also Read: Famous Poets of Assam: অসমৰ বিখ্যাত কবি

Assamese Writers