/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-08/y0gpfqtq/deepika_1725711699730_1725780510263.webp)
ডিজিটেল ডেস্ক : পিতৃ আৰু মাতৃ হ'ল বলিউদৰ দুই চেলিব্ৰেটি দম্পত্তী ৰণবীৰ সিং আৰু দীপিকা পাডুকণ। তেঁওলোকৰ প্ৰেমৰ চিনস্বৰূপে কোলালৈ আহিল এটি কণমানি দেৱশিশু।
দেওবাৰে মুম্বাইৰ এইচ এন ৰিলাইন্স হাস্পতালত এটি কন্যা সন্তান জন্ম দিয়ে দীপিকা পাডুকনে। দেৱশিশুটিৰ আগমনে স্বাভাৱিকতে অনুৰাগীসকলক আনন্দিত কৰি তুলিছে। নৱজাত শিশুটিক কি নামেৰে মাতিব তাকলৈও এতিয়া সামাজিক মাধ্যমত চৰ্চা হৈছে।
Also Read: ধুবুৰীত ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ ৯৮ সংখ্যক জয়ন্তী পালন