সংগীতা দাস
কটন বিশ্ববিদ্যালয়ৰ পৰা সাংবাদিকতাৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰি মই ‘অসমীয়া প্ৰতিদিন’ কাকততে বাতৰি লেখাৰ ধৰণকে ধৰি সাংবাদিকতাৰ আদিপাঠ গ্ৰহণ কৰিছিলো। ইয়াৰ পাছত ‘আজিৰ অসম’, ‘দৈনিক অগ্ৰদূত’ কাকতত উপ সম্পাদক আৰু ৰাষ্ট্ৰীয় হিন্দী দৈনিক ‘নিস্পক্ষ সমাচাৰ জ্যোতি’ত ষ্টাফ ৰিপৰ্টাৰ হিচাপে কাম কৰিছিলো। মই ‘অসমীয়া প্ৰতিদিন ডিজিটেল’ত ২০২২ চনৰ নৱেম্বৰৰ পৰা কৰ্মৰত। স্বাস্থ্য, জীৱনশৈলী, প্ৰযুক্তিবিদ্যা তথা বিনোদনধৰ্মী বাতৰি আৰু প্ৰবন্ধক মই অধিক প্ৰাধান্য দিওঁ।