ক্ৰমাৎ সুস্থ হৈ উঠিছে জুবিন, আৰু ২ দিন থাকিব লাগিব চিকিৎসালয়ত

হঠাৎ অসুস্থ হৈ পৰাত কণ্ঠশিল্পী জুবিন গাৰ্গক ভৰ্তি কৰোৱা হৈছিল নেমকেয়াৰ হাস্পাতালত। প্ৰথম অৱস্থাত আইচিইউত ৰখা হৈছিল শিল্পীগৰাকীক।

author-image
Asomiya Pratidin
New Update
হেপ্পী বাৰ্থ দে' হাৰ্টথ্ৰ'ব...

zubeen garg

ডিজিটেল ডেস্কঃ উন্নত হৈছে জনপ্রিয় শিল্পী জুবিন গাৰ্গৰ স্বাস্থ্য। দুটা দিন চিকিৎসালয়তে থকাৰ পৰামৰ্শ চিকিৎসকৰ। আজি ICUৰ পৰা কেবিনলৈ অনা হ’ব শিল্পীগৰাকীক।

Advertisment

ICUত থকাৰ সময়তে চিনেমাৰ কাম কৰিছে জুবিন গাৰ্গে। জুবিন গাৰ্গক কিছুদিন জিৰণী লোৱাৰ পৰামৰ্শ ডাঃ হীতেশ বৰুৱাৰ।

হঠাৎ অসুস্থ হৈ পৰাত কণ্ঠশিল্পী জুবিন গাৰ্গক ভৰ্তি কৰোৱা হৈছিল নেমকেয়াৰ হাস্পাতালত। প্ৰথম অৱস্থাত আইচিইউত ৰখা হৈছিল শিল্পীগৰাকীক।

Also Read: চৰকাৰী পুঁজি উদৰস্থ কৰি আৰক্ষীৰ জালত ঢকুৱাখনাৰ প্ৰধান শিক্ষক, সৰ্বশিক্ষা কৰ্মী...

zubeen garg