ডনি প'ল' এক্সপ্ৰেছৰ পৰা নিৰুদ্দেশ হোৱা যুৱক উদ্ধাৰ

নীৰজুলিস্থিত এটা গীৰ্জাৰ পৰা উদ্ধাৰ যুৱকজনক

author-image
Asomiya Pratidin
New Update
ডনি প'ল' এক্সপ্ৰেছৰ পৰা নিৰুদ্দেশ হোৱা যুৱক উদ্ধাৰ

  • অৱশেষত উদ্ধাৰ হ'ল টাৰ টাপিং ।

  • নীৰজুলিস্থিত এটা গীৰ্জাৰ পৰা উদ্ধাৰ যুৱকজনক।

  • পুৱতি নিশা ভুলতে গহপুৰ ৰে'লৱে ষ্টেচনত নামি দিছিল টাপিঙে।

  • দহ ঘন্টা ৰে'লপথেৰে খোজকাঢ়ি গৈছিল নীৰজুলিলৈ।

  • গীৰ্জাত লৈছিল আশ্ৰয়।

  • প্ৰচাৰ মাধ্যমত বহুলভাৱে প্ৰচাৰ হোৱাৰ পিছতে যুৱকজনৰ সম্ভেদ ওলাল।

  • প্ৰচাৰ মাধ্যম, সামাজিক মাধ্যম আদি সকলোকে ধন্যবাদ জ্ঞাপন পৰিয়ালৰ।

  • উল্লেখ্য যে গুৱাহাটী-নাহৰলগুণ অভিমুখী ডনি প'ল' এক্সপ্ৰেছৰ পৰা নিৰুদ্দেশ হৈছিল যুৱকজন।

  • বৃহস্পতিবাৰে নিশা নিৰুদ্দেশ হৈছিল তেঁও।

Advertisment

Also Read: গুৱাহাটীৰ-নাহৰলগুণ অভিমুখী ডয়নি প'ল এক্সপ্ৰেছৰ পৰা নিৰুদ্দেশ যুৱক...

Assam police