New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/07/dangor-khobr-19.jpg)
সোণাৰীত ৰে'লৰ খুন্দাত যুৱক নিহত...
ভোগালীৰ আনন্দৰ মাজতে আন এক শোকাৱহ ঘটনা।
সোণাৰিত ৰে'লৰ প্ৰাণ গ'ল যুৱকৰ।
কামৰূপ এক্সপ্রেছৰ খুন্দাত নিহত হয় যুৱকজন।
নিহত যুৱকজনৰ নাম সুনীল ভূঞা।
আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ।
সোণাৰীত ৰে'লৰ খুন্দাত যুৱক নিহত...
ভোগালীৰ আনন্দৰ মাজতে আন এক শোকাৱহ ঘটনা।
সোণাৰিত ৰে'লৰ প্ৰাণ গ'ল যুৱকৰ।
কামৰূপ এক্সপ্রেছৰ খুন্দাত নিহত হয় যুৱকজন।
নিহত যুৱকজনৰ নাম সুনীল ভূঞা।
আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ।