কাছাৰত পথ দুৰ্ঘটনাত পিতা-পুত্ৰসহ ৩ জনৰ মৃত্যু...

কাছাৰত পথ দুৰ্ঘটনাত পিতা-পুত্ৰসহ ৩ জনৰ মৃত্যু...
কাছাৰত পথ দুৰ্ঘটনাত পিতা-পুত্ৰসহ ৩ জনৰ মৃত্যু...
  • ৰাজ্যত পুনৰ হিট এণ্ড ৰানৰ ঘটনা।

  • কাছাৰৰ বাদ্রিত ভয়ংকৰ পথ দুৰ্ঘটনা।

  • পুত্রসহ ৩ বাইক আৰোহীক মহটিয়াই নিলে অচিনাক্ত বাহনে।

  • নিহত বিনয় ভূষণ দত্ত, বিৰাজ দত্ত আৰু চিকন্দৰ আলী।

  • বিনয় ভূষণ দত্ত আৰু বিৰাজ দত্ত পিতা-পুত্র।

  • বজাৰ কৰি ঘৰলৈ ওভতাৰ পথত সংঘটিত এই ঘটনা।

  • ঘটনা সংঘটিত কৰি বাহনখনৰ পলায়ন।

কাছাৰত পথ দুৰ্ঘটনাত পিতা-পুত্ৰসহ ৩ জনৰ মৃত্যু...
বোকাখাতৰ বিশিষ্ট কণ্ঠশিল্পী বলো দাসৰ দেহাৱসান...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in