/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/e85e44ad-e58a-4b38-a460-a08029a0bfbe/6.jpg)
কাছাৰত পথ দুৰ্ঘটনাত পিতা-পুত্ৰসহ ৩ জনৰ মৃত্যু...
-
ৰাজ্যত পুনৰ হিট এণ্ড ৰানৰ ঘটনা।
-
কাছাৰৰ বাদ্রিত ভয়ংকৰ পথ দুৰ্ঘটনা।
-
পুত্রসহ ৩ বাইক আৰোহীক মহটিয়াই নিলে অচিনাক্ত বাহনে।
-
নিহত বিনয় ভূষণ দত্ত, বিৰাজ দত্ত আৰু চিকন্দৰ আলী।
-
বিনয় ভূষণ দত্ত আৰু বিৰাজ দত্ত পিতা-পুত্র।
-
বজাৰ কৰি ঘৰলৈ ওভতাৰ পথত সংঘটিত এই ঘটনা।
-
ঘটনা সংঘটিত কৰি বাহনখনৰ পলায়ন।