New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/3b43491c-cf37-42aa-af46-d9a1420b5470/tower.jpg)
representative photo
ধিঙৰ পানবাৰীত ম'বাইল টাৱাৰৰ পৰা পৰি ২৫ বছৰীয়া যুৱকৰ মৃত্যু
১২০ ফুট ওখ টাৱাৰৰ পৰা পৰি মৃত্যু হয় যুৱকজনৰ
জানিব পৰা মতে এয়াৰটেল কম্পেনীৰ টাৱাৰৰ পৰা পৰি মৃত্যু হয় যুৱকজনৰ
যুৱকজনৰ নাম বিতু হাজৰিকা
বিতু হাজৰিকাৰ ঘৰ নগাঁৱৰ পলাশনীত ।
Also Read: কঠীয়াতলী উন্নয়ন খণ্ডত চৰকাৰী আঁচনিৰ নামত বৃহৎ কেলেংকাৰী