কাছাৰত দুই লাখ য়াবা টেবলেট জব্দ

author-image
Asomiya Pratidin
New Update
কাছাৰত দুই লাখ য়াবা টেবলেট জব্দ

ডিজিটেল সংবাদ, কাছাৰ : ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ বিশেষ সফলতা ৷ ধলাই এলেকাত অভিযান চলাই জব্দ দুই লাখ নিচা জাতীয় য়াবা টেবলেট ৷

Advertisment

শিলচৰ- আইজল ৰাষ্ট্ৰীয় পথত তালাচী চলাই এখন ট্ৰাকৰ পৰা জব্দ টেবলেট ৷ ২০ টা পেকেটত অনা হৈছিল টেবলেট খিনি ৷ জব্দ কৰা টেবলেটৰ মুল্য কেবা কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে ৷ টেবলেটৰ সৈতে চাৰি সৰবৰাহকাৰীক গ্ৰেপ্তাৰ ৷ ড্ৰাগছ বিৰোধী অভিযানৰ নেতৃত্ব দিছিল খোদ আৰক্ষী অধীক্ষক নোমাল মাহাত্তাই ।

আৰু পঢ়ক : শিক্ষাবিদ মিচিং জনগোষ্ঠীয় নেতা বগীৰাম কুটুমৰ বিয়োগ...

assam drugs seized kachar