/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/ab00242b-9681-4230-9dd2-043e79825208/yaba.jpg)
কাছাৰত বুজন পৰিমানৰ নিচা জাতীয় টেবলেট জব্দ৷
নিশা ধলাইত জব্দ কৰা হয় টেবলেট ৷
মিজোৰামৰ পৰা অহা এখন ট্ৰাকৰ পৰা জব্দ টেবলেট ৷
জব্দ ৬ লাখ ৩০ হাজাৰ "য়াবা" টেবলেট ৷
৬২ টা পেকেটত অনা হৈছিল টেবলেট খিনি ৷
জব্দ কৰা টেবলটৰ মুল্য কেবা কোটি টকা হব ৷
টেবলেটৰ সৈতে তিনি সৰবৰাকাৰীক আটক ৷
ধৃত ৩ জন মনিপুৰৰ বাসিন্দা ৷
আৰু পঢ়ক : বৰঝাৰ বিমান বন্দৰত উপস্থিত প্রধানমন্ত্রী নৰেন্দ্র মোডী