বৰঝাৰ বিমান বন্দৰত উপস্থিত প্রধানমন্ত্রী নৰেন্দ্র মোডী

বৰঝাৰ বিমান বন্দৰত উপস্থিত প্রধানমন্ত্রী নৰেন্দ্র মোডী
  • বৰঝাৰৰ পৰা পোনে পোনে শ্বিলঙলৈ উৰা মাৰিব প্রধান মন্ত্রীগৰাকী

  • অংশগ্রহণ কৰিব উত্তৰ-পূব পৰিষদৰ সোণালী জয়ন্তী অনুষ্ঠানত

  • শনিবাৰে শ্বিলঙত উপস্থিত হৈছে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ

  • আজি উত্তৰ-পূব পৰিষদৰ সোণালী জয়ন্তী অনুষ্ঠান

  • প্রধান মন্ত্রীগৰাকীক আদৰণী মন্ত্রী কেশৱ মহন্ত, অজন্তা নেওগৰ

  • আদৰণী ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, সাংসদ কুইন ওজাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in