চৰাইদেউ প্ৰেছ ক্লাবৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱসৰ প্ৰস্তুতি...

চৰাইদেউ প্ৰেছ ক্লাবৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱসৰ প্ৰস্তুতি...

ডিজিটেল সংবাদ, চৰাইদেউঃ অহা ৫ জুনত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে চৰাইদেউ প্ৰেছ ক্লাব আৰু মথুৰাপুৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয় উদ্যোগত আৰু ইক’ ক্লাবৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰাৰ পৰিকল্পনা কৰা হৈছে ৷

এই উপলক্ষে দিৱসৰ সৈতে সংগতি ৰাখি গছপুলি ৰোপণ, পৰিৱেশ সম্পকীয় শ্ল’গান লিখা প্ৰতিযোগিতা, সজাগতা সমদল আৰু এখনি সজাগতা সভা অনুষ্ঠিত হ'ব ৷ উক্ত দিৱসত সকলো ৰাইজৰ উপস্থিতি তথা সহযোগিতা কামনা কৰিছে উদ্যোক্তাসকলে ৷ তদুপৰি শ্ল’গান লিখা প্ৰতিযোগিতাত ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ কামনা কৰিছে।

চৰাইদেউ প্ৰেছ ক্লাবৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱসৰ প্ৰস্তুতি...
বালাছোৰৰ ৰে'ল দুৰ্ঘটনাক লৈ প্ৰধানমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in