ম্যানমাৰৰ পৰা মণিপুৰ হৈ গোলাঘাট জিলাৰ নতুন পথেৰে চেগুনৰ চোৰাং সৰবৰাহ

ড্ৰাগছ মাৰণাস্ত্ৰ অথবা চুপাৰীয়েই নহয়, ম্যানমাৰৰ পৰা মণিপুৰ হৈ গোলাঘাট জিলাৰ নতুন পথেৰে চেগুনৰ চোৰাং সৰবৰাহ।
ম্যানমাৰৰ  পৰা মণিপুৰ হৈ গোলাঘাট জিলাৰ নতুন পথেৰে চেগুনৰ চোৰাং সৰবৰাহ

ডিজিটেল ডেস্ক: ড্ৰাগছ মাৰণাস্ত্ৰ অথবা চুপাৰীয়েই নহয়, ম্যানমাৰৰ পৰা মণিপুৰ হৈ গোলাঘাট জিলাৰ নতুন পথেৰে চেগুনৰ চোৰাং সৰবৰাহ। বোকাখাটত জব্দ চেগুন ভৰ্তি বিশাল ট্ৰাক । ট্ৰাক খনৰ নম্বৰ MN 01 9935।

মণিপুৰৰ পৰা অবৈধভাৱে চেগুন কাঠ ভৰ্তি কৰি আনি থকা অৱস্থাত বোকাখাত বনাঞ্চলৰ বনাঞ্চলিক বিষয়াৰ নেতৃত্বত ট্ৰাকখন জব্দ কৰে ৷ ইতিমধ্যে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনক গ্ৰেপ্তাৰ কৰি দেওবাৰে বোকাখাতৰ ন্যায়িক দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে বনবিভাগে ৷

উল্লেখ্য যে, ট্ৰাক উদ্ধাৰৰ বাবে বন বিভাগৰ ওপৰত প্ৰভাৱ শালী ব্যক্তিৰ প্ৰচণ্ড হেঁচা পৰিছে। ৰেঞ্জাৰে জব্দ কৰা ট্ৰাকখন বোকাখাতৰ সংমণ্ডল বন বিষয়াৰ কাৰ্যালয়ত ৰখা হৈছে ।

ট্ৰাকৰ চালকক সোধা পোছা অবিহনেই প্ৰেৰণ কৰা হৈছে জেললৈ। সোধা পোছা কৰিলে বহু তথ্য ওলাই পৰাৰ সম্ভাৱণা

আৰু পঢ়ক: বটদ্ৰৱাৰ কৌতুক অভিনেতা ভবেন কলিতাৰ অকাল বিয়োগ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in