Advertisment

জনতা ভৱনত নাৰী নিৰ্যাতনৰ ঘটনা

অভিযোগ অনুসৰি কাৰ্যালয়ত এগৰাকী মহিলাৰ শ্লীলতাহানিৰ চেষ্টা।

author-image
Asomiya Pratidin
New Update
ক্ৰাইম ব্ৰাঞ্চৰ জালত ASI কৃষ্ণা নন্দ উপাধ্যায়

  • জনতা ভৱনত নাৰী নিৰ্যাতনৰ ঘটনা ।

  • অভিযোগ অনুসৰি কাৰ্যালয়ত এগৰাকী মহিলাৰ শ্লীলতাহানিৰ চেষ্টা।

  • এই ঘটনাক লৈ হাহাকাৰ পৰিস্থিতি জনতা ভৱনত ।

  • এগৰাকী প্ৰভাৱশালী বিষয়াৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ।

  • ভুক্তভোগীৰ মহিলাৰ এজাহাৰ দাখিল দিছপুৰ থানাত অভিযুক্তৰ বিৰুদ্ধে 105/24 নম্বৰত গোচৰ ৰুজু ধাৰা 354A/354Bৰ অধীনত ৰুজু হৈছে গোচৰ।

  • ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত।

Advertisment

Also Read: ৰৈ থকা অৱস্থাত চাৰিচকীয়া বাহনৰ প্ৰচণ্ড খুন্দা, মৃত্যু ৪ জনৰ

Janata Bhawan