কাজিৰঙাৰ পৰা মহিলা নিৰুদ্দেশ

কাজিৰঙাৰ কঁহৰা চন্দ্ৰসিং ৰংপি গাঁৱৰ পৰা নিৰুদ্দেশ মহিলা।নিৰুদ্দেশ হোৱা মহিলাগৰাকী মামনি টেৰংপি।

author-image
Asomiya Pratidin
New Update
কাজিৰঙাৰ পৰা মহিলা নিৰুদ্দেশ

ডিজিটেল সংবাদ, কাজিৰঙাঃ কাজিৰঙাৰ কঁহৰা চন্দ্ৰসিং ৰংপি গাঁৱৰ পৰা নিৰুদ্দেশ মহিলা।নিৰুদ্দেশ হোৱা মহিলাগৰাকী মামনি টেৰংপি।

Advertisment

বিগত জুলাই মাহৰ পৰা সন্ধানহীন হৈ আছে মহিলাগৰাকী।এই বিষয়ে কঁহৰা আৰু ডলামৰা আৰক্ষী চকীত এজাহাৰ দাখিল কৰা হৈছে যদিও আজিলৈ মহিলগৰাকীৰ কোনো সম্ভেদ লাভ কৰা নাই ।

কোনো ব্যক্তিয়ে মহিলাগৰাকীৰ সম্ভেদ পালে ৮৬৩৮২৬৪৯৮৮ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে।

Also Read: ইন্দ্ৰানী তহবিলদাৰ কাণ্ডঃ ৰাজ্যপালক স্মাৰক পত্ৰ প্ৰদান অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ

Assam police