New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/32010c7c-1488-4682-899d-72ce5d56c7d3/mahila.jpg)
বৰমাৰ মহিলা নিৰুদ্দেশ
মহিলাগৰাকীৰ নাম জাৰিপাৰা গাঁৱৰ ৰাজু ব্ৰহ্মৰ পত্নী পুদুমী বড়ো
যোৱা ৪ এপ্ৰিলত ঘৰৰ পৰা নিৰুদ্দেশ হৈছে মহিলাগৰাকী
এই সংক্ৰান্তত বৰমা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল স্বামী ৰাজু ব্ৰহ্মই
কোনো লোকে সন্ধান পালে 7002422793 নাইবা 8721088314 নম্বৰত খবৰ দিবলৈ আহ্বান।