/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/2668a5ff-18f7-41e2-87e6-66e5c8bed8eb/89.jpg)
প্ৰতীকি ফটো
মাজবাটত শোকাৱহ ঘটনা ।
বজ্ৰ পৰি থিতাতে নিহত মহিলা ।
মাজবাটৰ বাহিপুখুৰী চাহ বাগিছাৰ ২৮ নম্বৰ লাইনৰ বাগিছাত সংঘটিত হয় এই ঘটনাটো।
মৃত মহিলাগৰাকীৰ নাম ৰাইছমনা নায়ক(৫০) বুলি জানিব পৰা গৈছে ।
সন্ধিয়া প্ৰায় ৬-০০ বাগিচাত কাম কৰি ঘৰলৈ অহাৰ সময়তে বজ্ৰ পৰে।
Also Read: ৰুণীখাতাত আবকাৰী বিভাগৰ অভিযান : ভূটানী সুৰাভৰ্তি কন্টেইনাৰ জব্দ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us