মহানগৰীৰ ধীৰেণপাৰাত অট্টালিকাৰ পৰা পৰি মহিলাৰ মৃত্যু

মহানগৰীৰ ধীৰেণপাৰাত অট্টালিকাৰ পৰা পৰি মহিলাৰ মৃত্যু

author-image
Asomiya Pratidin
New Update
উৎকোচ লৈ হাত দাঙিলে চৰকাৰী কৰ্মচাৰীয়ে

ডিজিটেল ডেস্ক : গুৱাহাটী মহানগৰীৰ ধীৰেণপাৰাত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। অট্টালিকাৰ পৰা পৰি এগৰাকী মহিলাই কৰুণ মৃত্যুক সাৱটি লয়। জানিব পৰামতে মৃত মহিলাগৰাকীৰ নাম সবিতা আগৰৱালা।

Advertisment

অট্টালিকাটোৰ অষ্টম মহলাৰ পৰা পৰি মৃত্যু হৈছে মহিলাগৰাকীৰ। কি কাৰণে এনে অনাকাঙ্খিত ঘটনা সংঘটিত হ'ল সেই সন্দৰ্ভত সম্প্ৰতি জানিব পৰা হোৱা নাই।

Also Read: চতিয়াৰ এখন চৰকাৰী বিদ্যালয়ত নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰীৰ হেতা ওপৰা

guwahati police Dhirenpara