মথুৰাপুৰত বিষাক্ত কাঠফুলা ভক্ষণ কৰি মহিলাৰ মৃত্যু

মথুৰাপুৰত বিষাক্ত কাঠফুলা ভক্ষণ কৰি মহিলাৰ মৃত্যু

author-image
Asomiya Pratidin
New Update
লখিমপুৰত বিদ্যুৎপৃষ্ট হৈ মৃত্যু যুৱকৰ...

ডিজিটেল সংবাদ,মথুৰাপুৰ : মথুৰাপুৰ এগৰাকী মহিলা বিষাক্ত কাঠফুলা ভক্ষণ কৰি চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ৷ মৃত্যু হোৱা মহিলাগৰাকীৰ নাম- লক্ষীমণি ওৰাং বুলি জানিব পৰা গৈছে ৷

Advertisment

মথুৰাপুৰ বাউলি পুখুৰী অঞ্চলৰ লক্ষীমণি ওৰাং নামৰ মহিলাগৰাকীয়ে যোৱা দেওবাৰে দুপৰীয়া ভাগত ঘৰৰ বাৰীত হোৱা কাঠফুলা বুটলি আনি ৰান্ধি আহাৰৰ সৈতে ভক্ষণ কৰিছিল। পৰৱৰ্তী সময়ত চিকিৎসালয় ভৰ্ত্তি কৰাৱো হৈছিল যদিও বুধবাৰে মহিলাগৰাকী ডিব্ৰুগড়ৰ হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ৷

Also Read: চিলাপথাৰত চিলনী চোৰৰ অতপালি :দুজনক আটক

mathurapur