/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/3d6545df-82d1-4043-b882-cee975962648/aimu.jpg)
মহানগৰীত পুনৰ মহিলা আক্ৰমণৰ ঘটনা।
দেওবাৰে উলুবাৰীত সংঘটিত হৈছে এই ঘটনা।
মহিলাগৰাকী পৰা দুৰ্বৃত্তই লৈ যায় মোবাইল আৰু টকা।
পদপথত ৰৈ থকা অৱস্থাতে অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণ বলি মহিলা গৰাকী।
মহিলাগৰাকীৰ অৱস্থা গুৰুতৰ।
ঘটনাস্থলীত উপস্থিত পল্টনবজাৰ আৰক্ষী।
ইতিমধ্যে মহিলা চিকিৎসা বাবে প্ৰেৰণ কৰিছে GMCH লৈ।
Also Read: তিনি বছৰৰ পূৰ্বে হৈছিল অপহৰণ! অৰুণাচলৰ পৰা কিশোৰক উদ্ধাৰ আৰক্ষীৰ