New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/36c3042c-0910-4156-9fc0-69fd8e6c2a6a/111.jpg)
গোৱালপাৰাৰ লক্ষীপুৰত বন্যহস্তীৰ তাণ্ডৱ
বন্যহস্তীৰ আক্রমণত ৩ জন লোক নিহত
নিহতসকলৰ ভিতৰত আছে এটি শিশুও
আগিয়া-লক্ষীপুৰ পথত সংঘটিত এই ঘটনা
ৰাজপথত দুখন বাহনৰ ওপৰত আক্রমণ হাতীৰ
হাতীৰ আক্রমণত কেইবাজন লোক আহতৰো সন্দেহ
বৰ্তমানেও চিনাক্ত হোৱা নাই নিহত লোককেইজন
আৰু পঢ়ক : মাহছা আমিনি আৰু ইৰাণ...