New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
ডিমৌৰ দিহিং বনাঞ্চলত সংঘটিত হৈছে এক অঘটন।
বনৰীয়া হাতীৰ আক্ৰমণত নিহত হৈছে এজন লোক।
নিহত লোকজন টেতেলীগুৰীৰ চুৰজা মালা(৬৫)।
চাপৰিৰ পৰা গধুলি গৰু আনিবলৈ যাওঁতেই হাতীৰ আক্ৰমণৰ বলি হয় কৃষকজন।
বৰ্তমানেও চাপৰিতে পৰি আছে লোকজনৰ মৃতদেহটো।
Also Read: হাৰমতীত ভয়ংকৰ অগ্নিকাণ্ড