স্বামী-স্ত্ৰীৰ সংঘাতৰ ভয়ংকৰ পৰিণতি, প্ৰাণ গ'ল লালচান আলীৰ...

সোমবাৰে শালবাৰীত সংঘটিত হয় এক ভয়ংকৰ ঘটনা। স্বামী-স্ত্রীৰ সংঘাতৰ ভয়ংকৰ পৰিণতি। লালচান আলী নামৰ এজন লোকক হত্যা কৰাৰ অভিযোগ পত্নীৰ বিৰুদ্ধে।
স্বামী-স্ত্ৰীৰ সংঘাতৰ ভয়ংকৰ পৰিণতি, প্ৰাণ গ'ল লালচান আলীৰ...

ডিজিটেল ডেস্ক: সোমবাৰে শালবাৰীত সংঘটিত হয় এক ভয়ংকৰ ঘটনা। স্বামী-স্ত্রীৰ সংঘাতৰ ভয়ংকৰ পৰিণতি। লালচান আলী নামৰ এজন লোকক হত্যা কৰাৰ অভিযোগ পত্নীৰ বিৰুদ্ধে।

দুই ভাতৃৰ সহযোগত পত্নীয়ে স্বামীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। ঘটনা সন্দৰ্ভত গোৱৰ্ধন আৰক্ষী থানাত এজাহাৰ দাখিল আলীৰ পৰিয়ালৰ।

১৮ ডিচেম্বৰতেই সংঘটিত হৈছিল এই হত্যাকাণ্ড। কিন্তু দুসপ্তাহৰ পিছতো গোৱৰ্ধন আৰক্ষীয়ে অভিযুক্তক আটক নকৰাৰ অভিযোগ উত্থাপন কৰিছে হত্যাৰ বলি হোৱা লোকজনৰ পৰিয়ালে। আৰক্ষীৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ হস্তক্ষেপৰ দাবী লালচানৰ পৰিয়ালৰ।

আৰু পঢ়ক: পৰ্যটনস্থলীলৈ পৰিণত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ জন্মগাঁও বিন্ধাকটা

 

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in