ডিব্ৰুগড়ত ভয়ংকৰ হত্যাকাণ্ড, পত্নীৰ দাৰ ঘাপত প্ৰাণ গ’ল স্বামীৰ…

ডিব্ৰুগড়ত ভয়ংকৰ হত্যাকাণ্ড, পত্নীৰ দাৰ ঘাপত প্ৰাণ গ’ল স্বামীৰ…

author-image
asomiyapratidin
New Update
পুনৰ এনকাউন্টাৰ, পলাবলৈ চেষ্টা কৰোতেই আৰক্ষীৰ গুলী…

  • ডিব্ৰুগড়ত ভয়ংকৰ হত্যাকাণ্ড।
  • বৰবৰুৱা থানাৰ অন্তৰ্গত কলাখোৱা বাহবাৰী গাঁৱত সংঘটিত হয় নৃশংস হত্যাকাণ্ড।
  • পত্নীৰ দাৰ ঘাপত স্বামী নিহত।
  • অভিযোগ অনুসৰি পত্নী দেৱজানী দিহিঙীয়াই বুধবাৰে পুৱা স্বামী খগেশ্বৰ দিহিঙীয়াক দাৰে ঘপিয়াই হত্যা কৰে।
  • মহিলা গৰাকীক বৰবৰুৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।
assam murder dibrugarh crime