পশ্চিম কাৰ্বি আংলঙত সৎ সংগ শাখাৰ উদ্যোগত স্বাস্থ্য শিবিৰ আয়োজন

পশ্চিম কাৰ্বি আংলঙত সৎ সংগ শাখাৰ উদ্যোগত স্বাস্থ্য শিবিৰ আয়োজন

author-image
Asomiya Pratidin
New Update
পশ্চিম কাৰ্বি আংলঙত সৎ সংগ শাখাৰ উদ্যোগত স্বাস্থ্য শিবিৰ আয়োজন

ডিজিটেল সংবাদ,হাওৰাঘাটঃ পশ্চিম কাৰ্বি আংলঙৰ সৎ সংগ শাখাৰ উদ্যোগত আজি এদিনীয়া কাৰ্যসূচীৰে জেংখা খেলপথাৰত মুকলি স্বাস্থ্য চিকিৎসা শিবিৰ আয়োজন কৰা হয়।

Advertisment

স্বাস্থ্য শিবিৰত পশ্চিম কাৰ্বি আংলঙৰ বাহিৰেও অসমৰ বিভিন্ন জিলাৰ পৰা অহা ৰাইজে মুকলি স্বাস্থ্য শিবিৰত চিকিৎসা সেৱা গ্ৰহণ কৰে।পুৱাৰ ভাগত বিনতি প্ৰাৰ্থনাৰ লগতে চিকিৎসা শিবিৰ উদ্বোধন কৰা হয়। চিকিৎসা সেৱা আৰম্ভ কৰা হয়।

Also Read: জামুগুৰিহাটত কৃষকৰ বেদনাঃ শেষ ভৰষা কেৱল বৰুণ দেৱতা !

west karbi anglong health camp