মৰিগাঁৱত বৃহৎ পৰিমাণৰ মণিপুৰী গাঞ্জা জব্দ

মৰিগাঁৱত বৃহৎ পৰিমাণৰ মণিপুৰী গাঞ্জা জব্দ

author-image
asomiyapratidin
New Update
মৰিগাঁৱত বৃহৎ পৰিমাণৰ মণিপুৰী গাঞ্জা জব্দ

ডিজিটেল সংবাদ, মৰিগাঁও: মৰিগাঁও মিকিৰভেটাত বৃহৎ পৰিমাণৰ মণিপুৰী গাঞ্জা জব্দ। মৰিগাঁও আৰক্ষীৰ বিশেষ শাখা আৰু মিকিৰভেটা আৰক্ষীৰ যুটীয়া অভিযানত জব্দ প্ৰায় ছয় লক্ষাধিক টকাৰ গাঞ্জা।

অভিযানত এখন স্কুটিৰে কঢ়িয়াই নিওতে মিকিৰভেটা চাৰিআলিৰ পৰা ৩০ কেজি ৩০০ গ্ৰাম মণিপুৰী গাঞ্জাৰ জব্দ।
গাঞ্জাৰ সৈতে অকৰাবৰীৰ মাণিক নাথ আৰু বেচামাৰীৰ চফিকুল ইছলাম নামৰ দুজন ব্যক্তি ধৃত।

আৰু পঢ়ক: ১ মিনিটত ২৫ খবৰ…

assam morigaon