
পুনৰ আৰক্ষীয়ে আটক কৰিলে ভিক্টৰ দাসক
এইবাৰ নিযুক্তি কেলেংকাৰীৰ বিৰুদ্ধে মাত মাতি নহয়
পত্নীক নিৰ্যাতন চলোৱাৰ অভিযোগত আৰক্ষীয়ে আটক কৰিছে ভিক্টৰক
গোশলা আৰক্ষী চকীত ভিক্টৰ দাসৰ বিৰুদ্ধে গোচৰ ৰুজু
পত্নীৰ মাতৃগৃহত প্ৰৱেশ কৰি পত্নীক মাৰ পিট কৰাৰ অভিযোগ ভিক্টৰৰ বিৰুদ্ধে
গাৰ্হস্থ্য কন্দলৰ অভিযোগত আটক কৰা হৈছে ভিক্টৰ দাসক
আৰু পঢ়ক : হেকাৰৰ কবলত টুইটাৰ, তথ্য চুৰি ব্যৱহাৰকাৰীৰ