New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/55e23bc0-1896-4e12-8fe9-5a39dee8d52c/305.jpg)
বৰ্ষীয়ান সাংবাদিক যদু কাকতি অসুস্থ
জি এম চি এইছত ভৰ্তি কৰোৱা হৈছে সাংবাদিকগৰাকীক
গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে কাকতি
আই চি ইউত ৰাখি বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত আগবঢ়াইছে চিকিৎসা
নিশাই সাংবাদিকগৰাকীৰ স্বাস্থ্যৰ বুজ লয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই
চিকিৎসাৰ সম্পূৰ্ণ ব্য়য় বহন কৰিব ৰাজ্য চৰকাৰে।
Also Read: হিমাচলত পথ দুৰ্ঘটনা : নিহত ৬জন