New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/472d93a9-53c5-48d8-b9db-1e99ca8277eb/3.jpg)
নুমলীগড়ত ৩৭নং ৰাষ্ট্রীয় ঘাইপথত উত্তেজনা।
চকা ফুটিল ৫২১টন ওজনৰ হাইড্রট্রেটাৰ ৰিয়েক্টৰ কঢ়িওৱা বাহনৰ।
শোধনাগাৰলৈ নিয়াৰ সময়তে সংঘটিত এই ঘটনা।
বাহনখন পথত আবদ্ধ হৈ পৰাৰ ফলত বন্ধ হৈ পৰে ঘাইপথ।
ঘাইপথটোৰ ডিভাইডাৰ ভাঙি নতুন পথেৰে উলিয়াই নিয়া হ’ব বাহনখন।
Also Read: অমৃত কলহ যাত্ৰাত অংশ লোৱাৰ অপৰাধত নিলম্বিত কংগ্ৰেছী