বিলাসীপাৰাত গৰু ভৰ্তি বাহন জব্দ

বিলাসীপাৰাত গৰু ভৰ্তি বাহন জব্দ
  • বিলাসীপাৰাত চোৰাং গো-সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

  • আৰক্ষীয়ে খেদি খেদি জব্দ কৰিলে এখন গৰু ভৰ্তি বলেৰ’ বাহন

  • চাপৰৰ শান্তিনগৰত জব্দ গৰুভৰ্তি বাহনখন

  • পলায়নৰ চেষ্টা কৰোতে বাহনখনে খুন্দা মাৰে এটা বাসগৃহত

  • বাহনখনৰ খুন্দাত কিছু পৰিমাণে ক্ষতিগ্রস্ত ঘৰটো

  • বাহনখনৰ পৰা জব্দ ৬টা চোৰাং গৰু

  • জব্দকৃত বাহনখনৰ নম্বৰ AS-17-B-5654।

বিলাসীপাৰাত গৰু ভৰ্তি বাহন জব্দ
বাল্য বিবাহৰ বিৰুদ্ধে মৰিগাঁৱত আৰক্ষীৰ অভিযান, ৪ জন আটক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in